পি কে নিউজ,কাৰ্বি আংলং, ফুলনিৰ পৰা নেত্ৰ কমল শৰ্মাৰ সহযোগত বীৰেন গোৱালা ,১১ জুন

থেংমেৰক আৰু থেৰেবাছা এলেকাত ধ্বংস PDCK ৰ প্ৰশিক্ষণ শিবিৰ

অভিযানত আটক *ধৰম হান্সে* নামৰ এজন কেডাৰ

ধৃত কেডাৰজনৰ পৰা জব্দ এটা পইন্ট 22 পিস্তল আৰু ১০ জাঁই সজীৱ গুলী

শিবিৰৰ পৰা উদ্ধাৰ এটা ৱাকিটকি ছেট ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here