পিকে নিউজ সেৱা,
নাৰায়নপুৰ, গোপাল গোৱালা,

27/06/2020

দুই বিক্ক ৰোগত আক্রান্ত এগৰাকী অসহায় লোকে ৰাইজৰ লগতে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সহায়ৰ আহ্বান জনাইছে । লখিমপুৰ জিলাৰ নাৰায়নপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোহাঁইপুখুৰী মিচিং গাঁৱৰ ব্ৰহ্মানন্দ ছানঙে সুদীৰ্ঘ চাৰি বছৰে দুটা কিদনী বিকল হৈ পৰাত পত্নী আৰু কনমানি শিশুটি পোহ-পাল দিয়াত একপ্ৰকাৰ অসহায় হৈ পৰিছে দিন হাজিৰা কৰি খোৱা দুৰ্ভগীয়া পৰিয়ালটোয়ে ।

যাৰবাবে অৱশেষত অন্তিম পৰ্যায়ত ব্ৰহ্মানন্দ ছানঙৰ লগতে পৰিয়ালটোয়ে উপায়হীন হৈ অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী গৰাকীৰ উপৰিও হৃদয়বান ব্যক্তিৰ পৰা সহায়ৰ হাত আহ্বান জনাইছে ।আনহাতে পৰিয়ালটোৱে হৃদয়বান লোক সকলৰ বাবে এলাহাবাদ বেঙ্ক IFSC -ALLA0211390 নম্বৰৰ 59066433248 একাউণ্ট নম্বৰত পঠাবলৈ আহ্বান জনায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here