মঙ্গলদৈ ৰাজীৱ ভৱনত উত্তাল প্ৰতিবাদ ।

Posted by PK News 24 Assam on Monday, 29 June 2020

পিকে নিউজ সেৱা,
মহিন আলি, মঙ্গলদৈ,২৯/০৬/২০২০
মূল্য বৃদ্ধিৰ প্ৰতিবাদত দেশত ক্ৰমাগত ভাৱে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য।

আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে প্ৰত্যেক জিলাৰ লগতে দৰং জিলাতো
দৰং জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত মঙ্গলদৈ ৰাজীৱ ভৱন প্ৰাঙ্গণত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। নৰেন্দ্ৰ মোডী গ বেক, সৰ্বানন্দ সোনোৱাল গ বেক, হিমন্ত বিশ্ব শৰ্মা গ বেক আদি ধ্বনিৰে দুশতাধিক


কংগ্ৰেছ কৰ্মী মঙ্গলদৈৰ ৰাজীৱ ভৱন প্ৰাঙ্গণ উত্তাল কৰি তোলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here