পিকে নিউজ সেৱা,কলাইগাঁৱ, চামাদুল হুছেইন ১৯ জুলাই ২০২০ চন 

ওদালগুৰি জিলাৰ হৰিশিঙাত বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ

আজি পুৱতি নিশা ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক বিদ্যুৎ ৰাজ বড়োৰ নেতৃত্বত হৰিশিঙা থানাৰ অ চি প্ৰেমাংকু হাজৰিকা আৰু ওৰাং থানাৰ অচি দীপক দাসৰ সহযোগত চলোৱা এক অভিজানত হৰিশিঙা থানাৰ অন্তৰ্গত ২নং ঘাগ্ৰাত মাটিত পুতি থোৱা অৱস্থাত
ak 47 এটা Hk 33 এটা M16 এটা 27 সজিব গুলি মেকজিন চাৰিটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

হৰিশিঙা থানাত হোৱা এক সংবাদ মেলত ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক ৰিপুল দাসে এই কথা জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ইয়াৰ আগতেও ওদালগুৰি জিলাত বহুকেইবাৰ অস্ত্ৰৰ ভাণ্ডাৰ আৰক্ষী য়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here