পিকে নিউজ সেৱা নাৰায়নপুৰৰ পৰা গোপাল গোৱালাৰ প্ৰতিবেদন

৩০/০৭/২০২০

বৰ্তমান সমগ্ৰ বিশ্বত মহামাৰী কৰোনাই কাল ৰূপ ধাৰণ কৰা সময়ত অসমৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ,অসম সত্ৰ মহাসভা , একশৰন ভাগৱতী সমাজকে ধৰি অসমৰ ধৰ্মীয় অনুষ্ঠান সমুহে আজি সন্ধ্যা ৬-৪৫ বজাত আয়োজন কৰা সৰ্বধৰ্ম প্ৰাৰ্থনা লখিমপুৰ জিলাৰ নাৰায়নপুৰ পানবাৰী বড়ীগাওঁ নামঘৰত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি বিজয় গোৱালা আৰু সম্পাদক যোগেন গোৱালাৰ নেতৃত্বত মহাপুৰুষীয়া নামঘোষা আৰু ভাগৱত পাঠৰে ভকত বৈঞ্চৱ সকলে এনে মহামাৰী ৰোগ ইমানৰ পৰাই সমাপ্ত হোৱাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here