পিকে নিউজ অসম সেৱা, ঢকুৱাখনা , জিন্টু কোঁচ,০৮ আগষ্ট

 

নিৰ্বাচন স্থগিতক লৈ জাঙুৰ খাই উঠিল গণশক্তি।

👉মন্ত্ৰী নৱকুমাৰ দলেৰ কুটিল ৰাজনৈতিক কু- চক্ৰান্তত স্থগিত হ’ল সোৱণশিৰি সমবায় সমিতিৰ নিৰ্বাচন।
👉উপায়ুক্তই এক নিৰ্দেশ মৰ্মে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আদেশ দিছিল যদিহে নিৰ্বাচনৰ নীতি নিয়ম নমনা বাবে ১১ বজাত কাৰ্যালয়ত নিৰ্বাচনৰ কাম কাজ বন্ধ কৰে মহকুমাধিপতিয়ে।
👉এই লৈ মন্ত্ৰী নৱকুমাৰ দলেৰ কুটিল ৰাজনীতি বাবে বন্ধ কৰিছে বুলি ৰাইজে তীব্ৰ প্ৰতিবাদ কৰে।
👉পৰিস্থিতি অৱনতি হোৱাৰ বাবে মহকুমাধিপতি, চক্ৰ বিষয়া আৰু আৰক্ষী উপস্থিত হৈ এই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰি আলোচনা কৰে।
👉প্ৰতিবাদ কাৰীসকলে অতিসোনকালে নিৰ্বাচন অনুষ্ঠিত কৰক অন্যথা আগন্তুক সময়ত পৰিণাম ভোগিব লাগিব বুলি হুংকাৰ প্ৰদান কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here