পিকে নিউজ অসম সেৱা,লক্ষীপুৰ,আব্দুল ৰহিম মন্তল ০৮/০৮/২০২০

বছৰটোত হৈছে চাৰিটাকৈ বান।
 গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ বহুত গাঁওৰ মানুহ অর্থ নীতিৰ পৰিগাঁথা মুখ। ব্ৰহ্মপুত্ৰ নদীৰ দাঁতি কাষৰীয়া ৰাইজৰ জীয়াই থকাৰ একমাত্ৰ সম্বল হৈছে কৃষি কায্য।
দিনত দুবাৰ দু মুঠি খাই জীয়াই থাকিবলৈ উৎপন্ন কৰি আহিছে নানা ধৰণৰ শস্য।
 বানত হাজাৰ হাজাৰ হেকটৰ বিঘা মাটি বিনষ্ট হোৱাত কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে।

বানপানীত ক্ষতি সাধন হোৱা কৃষক সকলৰ কৰুণ গাঁথা,
মূৰৰ গাম মাটিত পেলাই উত্পন্ন কৰা মৰাপাঠ শাক পাচলিৰ খেতি বানপানীত বিনষ্ট হোৱাত কৃষক সকলৰ মাজত সৃষ্টি হোৱা হাহাকাৰ অৱস্থা।

এফালে লক ডাউন আনফালে প্রকৃতিৰ দুৰ্যোগৰ ভয়াবহতা কৃষি অর্থ নীতিৰ মূল চাৰিটা শক্তি,
মৰাপাঠ খেতি বানত থানবান হোৱাত কৃষক সকলৰ মাজত পানীত হাঁহ নছলা অৱস্থাৰ দৰে সৃষ্টি হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here