পি কে নিউজ অসম সেৱা,কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্রা প্ৰতিবেদন

১০আগষ্ট- কোকৰাঝাৰ জিলাৰ গোসাইগাঁওত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ অস্ত্ৰ ভান্ডাৰ উদ্ধাৰঃমহকুমাখনৰ তুলসীবিল আৰক্ষী চকীৰ অন্তৰ্গত দুই নম্বৰ পানীজানী গাৱঁত উদ্ধাৰ অস্ত্ৰ ভান্ডাৰ

অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভাৰ নেতৃত্বত গোসাইগাঁও-কোকৰাঝাৰ আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰঃঅভিযানত দুটা সয়ংক্ৰিয় এ কে ৪৭,তিনিটা মেগজিন,এ কে ৭:৬২ এম এম সজীৱ গুলি,৩৬ এইচ ই দুটা গ্ৰেনেড আৰু দুটা ডিটেনেটৰ উদ্ধাৰ হয়ঃ পূৰ্বৰ উগ্ৰপন্থী সংগঠৰ হব পাৰে বুলি আৰক্ষীৰ সন্দেহ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here