পি কে নিউজ অসম সেৱা,কাৰ্বি আংলং ফুলনিৰ পৰা বিৰেন গোৱালাৰ প্ৰতিবেদন

১০ আগষ্ট-হাওৰাঘাটৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মূখত আছু আৰু AJYCP ছাত্ৰ সংগঠন দুটাৰ সদস্যই হাতে হাতে প্লে-কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে । কোনো কাৰণতে ‘কা’ আৰু অসমৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি আহিব পৰা ভাবুকিৰ চৰকাৰী সিদ্ধান্তত আছু আৰু AJYCP য়ে কেতিয়াও আপোচ নকৰে বুলি সকীয়াই দিয়ে

LEAVE A REPLY

Please enter your comment!
Please enter your name here