পিকে নিউজ অসম,বিলাসীপাৰা ৰ পৰা ফৰিজ উদ্দিন আহমেদৰ প্ৰতিবেদন 

১৪ আগষ্ট-  ধুবুৰী জিলাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মছলা পাৰা গাঁও পঞ্চায়তত ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সচ্ছতা বিশেষ সপ্তাহ পালনৰ আজি সফল সামৰণি পৰে। কাৰ্যসুচী অনুসৰি আজি ১৪ আগষ্টত পৰিচ্ছন্নতা আৰু Sanitizetion PHC and PHE ৰ অন্তিম কাৰ্যসুচী আছিল

উক্ত কাৰ্যসুচীত মছলা পাৰা গাঁও পঞ্চায়তৰ সভাপতি বাহাদুৰ ইছলাম, সদস্য, সদস্যাৰ উপস্থিতি পঞ্চায়তৰ ছয় খন অঙ্গনাৱাদী কেন্দ্ৰ কে ধৰি স্কুল, মাদ্ৰাছা আৰু ৰাজহুৱা প্ৰতিষ্ঠানত পৰ্য্যাপ্ত পৰিমাণে পৰিছন্নতা আৰু Sanitizetion কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here