পিকে নিউজ অসম,বকুল তলা, আক্ৰাম আলী

২৪/০৮/২০২০

শিবাপুৰ vcdc অন্তৰ্গত ৰাণী পুখুৰী গাৱত এখন নিৰ্বচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় । উক্ত সভাত বহু কেইজন সদস্য ই BPF দলত যোদান কৰে। উল্লেখযগ্য যে UPPLদলৰ ৰ শিবাপুৰ প্ৰাইমাৰী ৰ অন্তৰ্গত ৰাণী পুখুৰী গাওঁৰ ভোট কমিটীৰ সভাপতি ৰাকিব উদ্দিন আৰু শিবাপুৰ প্ৰাইমাৰী ৰ উপ সভাপতি ছামনাল আলীয়ে BPF ত যোগদান কৰে।


উক্ত সভাত ৩৭ নং ধনশিৰী সমষ্টিৰ BPF দলৰ মনোনীত প্ৰাৰ্থী ফ্ৰেশ মুছাহাৰী আৰু শিৱাপুৰ প্ৰাইমাৰী ৰ সভাপতি ছোৰুজ আলীয়ে নতুন কৈ যোগদান কৰা সদ্যস সকলক আদৰণী জনাই ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here