পিকে নিউজ অসম,নাৰায়নপুৰ, গোপাল গোৱালা,প্ৰতিবেদন- সমগ্ৰ অসমৰ লগতে আজি নাৰায়নপুৰ শ্ৰীশ্ৰীবদুলা সত্ৰৰ সহযোগত শ্ৰীশ্ৰীশক্ৰাহী সত্ৰৰ উদ্যোগত অনুস্থপিয়াকৈ মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি ভাগ উদযাপন কৰে । কাৰ্যসূচী বহুতেই আছিল যদিও বৰ্তমান মহামাৰী কৰোনা ভাইৰাছৰ বাবে পূৱা নাম প্ৰসঙ্গ আৰু গাৱন-বায়নৰে কাৰ্যসূচী সামৰিব লগাত পৰে ।

আনহাতে মহাপুৰুষ শ্ৰীশ্ৰীবদুলা আতাই স্থাপিত কৰা শ্ৰীশ্ৰীফুলনি থানতো নম প্ৰসঙ্গৰে তিৰোভাৱ তিথি ভাগি উদযাপন কৰা পৰিলক্ষিত হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here