পিকে নিউজ অসম,কোকৰাঝাৰ ( কিশোৰ মীশ্ৰী) ১৯ ছেপ্টেম্বৰ ২০২০: কোকোৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম সমবায় সমিতি লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভাখন অহা ২৪ চেপ্তেম্বৰ ৰাতিপূৱা ১০ বজাত মোনাকোচা মাইনাত ক্লাব কম লাইব্রেৰীৰ প্ৰাংগনত অনুষ্ঠিত কৰা হবো ।
উক্ত বাৰ্ষিক সাধাৰণ সভাত সমবায় সমিতিখনৰ সকলো অংশীদাৰ সদস্য সদস্যাকে ভাৰত সাৰকাৰে কৰ’না ভাইৰাচৰ দিয়া নিৰ্দেশ সমূহ মানি উপস্থিত থাকিবলৈ ফকিৰাগ্ৰাম সমবায় সমিতি লিমিটেডৰ সভাপতি দীপক মজুমদাৰ, উপ সভাপতি জালালুদ্দিন আহমেদ , সম্পাদক মানা দে আৰু সদস্য সাহজাহান আহমে আহ্বান জনাইছে । আজি এক প্ৰেছ বিবৃতি যোগে ফকিৰাগ্ৰাম সমবায় সমিতি লিমিটেডৰ সম্পাদক মানা দে এই কথা জানিবলৈ দিয়ে ।