পিকে নিউজ অসম,চাপৰৰ আতোৱাৰ ৰহমান,
ৰাজ্যত ইফালে কৰোনা ভাইৰাছৰ আতংক আৰু আনফালে গৰাখহনীয়াৰ তাণ্ডৱ।প্ৰায় তিনিমাহ ধৰি কাঠালদি তৃতীয় খণ্ড গাওঁত গৌৰাং নৈৰ খহনীয়াত জা গল বহু পৰিয়ালৰ ভেটি মাটি আৰু চৰকাৰী এখন বিদ্যালয়। এনে বিপদৰ সময়ত অঞ্চলবাসী ৰাইজ তথা বিলাসীপাৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিধায়ক অশোক কুমাৰ সিংহীক পৰিস্থিতিৰ বুজ লৈ অতিশীঘ্ৰেই গৰাখহনীয়াৰ সমস্যাৰ সমাধান কৰিবলৈ অনুৰোধ তথা দাবী জনায়।